সদস্য হ’ব
পৃষ্ঠার ঠিকানাটি ক্লিপবোর্ডে অনুলিপি করা হয়েছে।
অর্থ : মনে কিদৰে নিজৰ কাম কৰে সেই বিষয়ে অধ্যয়ন কৰা বিজ্ঞান
উদাহরণ : মনোবিজ্ঞান এবিধ অতি ্আকর্ষণীয় বিষয়
সমার্থক : মনো বিজ্ঞান, মনো-বিজ্ঞান
অর্থ : যি শাস্ত্রত মানুহৰ মনৰ প্রবৃত্তি বা মনত উদয় হোৱা ভাব-কল্পনাৰ বিচাৰ-বিবেচনা কৰা হয়
উদাহরণ : তেওঁ মনোবিজ্ঞানৰ ছাত্র
সমার্থক : ছাইকʼলজী, মনোবিদ্যা
ইনস্টল