সদস্য হ’ব
পৃষ্ঠার ঠিকানাটি ক্লিপবোর্ডে অনুলিপি করা হয়েছে।
অর্থ : কোনো কার্য ্বা উদ্দেশ্য সিদ্ধিৰ কাৰণে গঠন কৰা মানুহৰ সমূহ
উদাহরণ : সম্প্রতি সমাজত নিতৌ নতুন-নতুন দলৰ জন্ম হৈ আছে
সমার্থক : দল, মণ্ডল, সংগঠন
অর্থ : কোনো বিশেষ কার্য, প্রদর্শন, ব্যৱসায় আদিৰ কাৰণে গঠন কৰা মানুহৰ সমূহ
উদাহরণ : আমাৰ চহৰত চিত্রকূটৰ ৰাম-লীলা দল আহি আছেহি
সমার্থক : দল, পার্টী, সংঘ, সঙ্ঘ
ইনস্টল