অর্থ : নৱবিধ ৰত্নৰ এবিধ ৰঙা মূল্যবান পাথৰ
উদাহরণ :
সোণ, ৰূপ, মাণিকেৰে ৰজা দশৰথৰ ভঁ্ৰাল ভৰি আছিল
সমার্থক : মণি-মাণিক্য, মাণিক
অর্থ : বিন্ধা কৰিও পিন্ধিব পৰা এবিধ ৰত্ন
উদাহরণ :
সীমাই মণিৰ মালা পিন্ধিছে
অর্থ : চকুৰ মাজভাগত থকা গোল কʼলা অংশ:চকুৰ ভিতৰৰ এটা অতি কোমল আৰু গুৰুত্বপূর্ণ অংশ হʼল চকুৰ মণি
উদাহরণ :
সমার্থক : অক্ষিগোল, অক্ষিতাৰকা, চকুৰ মণি, নেত্রতাৰকা, নয়নতৰা, নয়নমণি