সদস্য হ’ব
পৃষ্ঠার ঠিকানাটি ক্লিপবোর্ডে অনুলিপি করা হয়েছে।
অর্থ : লʼৰা-ছোৱালীৰ লগত কৰা প্রেমপূর্ণ ব্যৱহাৰ
উদাহরণ : অত্যাধিক মৰমৰ বাবে লʼৰা-ছোৱালী নষ্ট হয়
সমার্থক : মৰম
অর্থ : কাৰোবাক খুউব ভাল পাই সদায় তেওঁৰ্ লগত থাকিবলৈ প্রেৰণা দিয়া মনোবৃত্তি
উদাহরণ : প্রেম নিস্বার্থ ্ হʼব লাগে
সমার্থক : অনুৰাগ, আসক্তি, পীৰিতি, প্রীতি, প্রেম, মহব্বত
অর্থ : স্ত্রী আৰু পুৰুষ জাতিৰ প্রাণীবোৰৰ মাজত থকা পাৰস্পৰিক স্নেহ যি বাজ্যিক ৰূপ, গুণ, সান্নিধ্য বা কামবাসনাৰ কাৰণে হয়
উদাহরণ : হীৰ ৰাঞ্জা, শিৰী ফৰহাদ, ঢ়োলা মাৰুৰ প্রেম অমৰ হৈ পৰিল
সমার্থক : অনুৰাগ, প্রণয়, প্রীতি, প্রেম
ইনস্টল