সদস্য হ’ব
পৃষ্ঠার ঠিকানাটি ক্লিপবোর্ডে অনুলিপি করা হয়েছে।
অর্থ : মন বা বিবেকত থকা কোনো বস্তু আৰু বিষয়ৰ সম্পূর্ণ খবৰ
উদাহরণ : কন্যাকুমাৰীত আত্মচিন্তা কৰি থকা সময়ত স্বামী বিবেকান্দৰ আত্মবোধ উপজিছিল
সমার্থক : জ্ঞান, বোধি, সংজ্ঞা, সজ্ঞান
অর্থ : বুদ্ধিৰ দ্বাৰা লাভ কৰা জ্ঞান
উদাহরণ : সকলো ব্যক্তিৰ বোধশক্তি ভিন ভিন হয়
সমার্থক : প্রাজ্ঞা, বোধশক্তি
অর্থ : কোনো বিশেষ পৰিস্থিতি আদিত হঠাৎ মগজুলৈ অহা স্পষ্ট বিচাৰ
উদাহরণ : কিবা বুদ্ধিয়েহে এতিয়া আমাক এই সমস্যাৰ পৰা বচাব পাৰিব আপোনাৰ বুদ্ধিয়ে মুৰলৈ অহা এটা ডাঙৰ সমস্যা দূৰ কৰিলে
সমার্থক : বুদ্ধি
অর্থ : মন বা বিবেকে লাভ কৰা কোনো বস্তু বা বিষয়ৰ খবৰ
উদাহরণ : তেওঁৰ সংস্কৃতৰ ভাল জ্ঞান আছে
সমার্থক : অনুভাব, জ্ঞান, প্রজ্ঞা, প্রতীতি, প্রমা, পৰিজ্ঞান, বোধি, ব্যুৎপত্তি, মহাজ্ঞান, সম্বোধি
ইনস্টল