সদস্য হ’ব
পৃষ্ঠার ঠিকানাটি ক্লিপবোর্ডে অনুলিপি করা হয়েছে।
অর্থ : খুৰাৰ ছোৱালী
উদাহরণ : মোৰ খুৰাহঁতৰ ভন্টিজনী পঢ়াত খুব ভাল
সমার্থক : খুৰাৰ ছোৱালী, ভণ্টি
অর্থ : বয়সতকৈ ডাঙৰ ভনী
উদাহরণ : মোৰ বাইদেউ অধ্যাপিকা
সমার্থক : বা, বাই
অর্থ : জেঠোদেউ বা পেহাৰ ছোৱালী
উদাহরণ : মোৰ কোনো ভণ্টি (পেহীৰ ছোৱালী) নাই
সমার্থক : পেহাৰ ছোৱালী, ভণ্টি
অর্থ : মামাৰ ছোৱালী
উদাহরণ : মোৰ মামাৰ ছোৱালী বেনাৰসত থাকে
সমার্থক : ভন্টি, মামাৰ ছোৱালী
অর্থ : স্ত্রীৰ কাৰণে ব্যৱহাৰ কৰা সম্বোধন
উদাহরণ : বাইদেউ, এইয়া আপোনাৰ সামগ্রী নেকি?
ইনস্টল