সদস্য হ’ব
পৃষ্ঠার ঠিকানাটি ক্লিপবোর্ডে অনুলিপি করা হয়েছে।
অর্থ : ধাতু, কাঠ, কাপোৰ, কাগজ, আদি কাটিলে ওলোৱা পাতল টুকুৰা বিশেষ
উদাহরণ : দর্জীয়ে ফটাকানিবোৰ একগোট কৰি আছে
অর্থ : কোনো বস্তুৰ পৰা ওলোৱা জাবৰ বা লেতেৰা পদার্থ আদি চফা কৰা কাপোৰ বিশেষ
উদাহরণ : তেওঁ মেজখন ্চফা কৰিবৰ কাৰণে ফটাকানি বিচাৰি আছে
সমার্থক : লেচাকানি
ইনস্টল