সদস্য হ’ব
পৃষ্ঠার ঠিকানাটি ক্লিপবোর্ডে অনুলিপি করা হয়েছে।
অর্থ : যিজনে উন্নত আচাৰ-ব্যৱহাৰ অনুসৰণ কৰে আৰু ভাল মানুহৰ দৰে ব্যৱহাৰ কৰে
উদাহরণ : ভদ্র মানুহে সন্মান পায় ৰাম এজন সভ্য ব্যক্তি
সমার্থক : পৰিশীলিত, ভদ্র, ভব্য, মার্জিত, শিষ্ট, সভ্য, ৰুচিবান
অর্থ : যাক পৰিশোধন কৰা হৈছে
উদাহরণ : সাহিত্যত পৰিমার্জিত ভাষাৰ প্রয়োগ কৰা উচিত
সমার্থক : সংস্কৃত
ইনস্টল