সদস্য হ’ব
পৃষ্ঠার ঠিকানাটি ক্লিপবোর্ডে অনুলিপি করা হয়েছে।
অর্থ : পূৰঠ হোৱাৰ পিছত খাবলৈ উপযোগী হোৱা অৱস্থা বা পক ধৰা
উদাহরণ : তেওঁ ্ পকা আম খাই আছে
সমার্থক : পকা
অর্থ : কোনো কাম কৰাৰ বাবে যিজন বিশেষভাৱে যোগ্য
উদাহরণ : অর্জুন ধনুবিদ্যাত নিপুণ আছিল
সমার্থক : অভিজ্ঞ, অভ্যস্ত, কার্যকুশল, কুশল, দক্ষ, নিপুণ, পকা, পক্ক, পটু, পাকৈত, পার্গত, পাৰঙ্গত, প্রবীণ, বিচক্ষণ, সিদ্ধহস্ত
অর্থ : পূর্ণ বিকশিত
উদাহরণ : পৰিপক্ক মস্তিষ্কহে বিবেকৱান হʼব পাৰে
সমার্থক : প্রৌঢ়
অর্থ : অনুভৱ কৰিব পৰা বা যিয়ে কোনো কাম, বস্তু আদিৰ অনুভৱ কৰিব পাৰে
উদাহরণ : এই কামটোৰ কাৰণে এজন অনুভবী ব্যক্তিৰ প্রয়োজন
সমার্থক : অনুভবী
ইনস্টল