অর্থ : অানৰ উন্নতি বা ভাল হোৱা দেখি পোৱা মানসিক কষ্ট
উদাহরণ :
মোৰ উন্নতি দেখি ্ তেওঁ ঈর্ষাত জ্বলি মৰিছে
সমার্থক : অন্তর্দাহ, অসূয়া, ঈর্ষা, খিয়লা-খিয়লি, খিয়াল, বিদ্বেষ, বুকুৰ পোৰণি, মাৎসর্য্য, হিংসা
অর্থ : ঈর্ষাৰে পূর্ণ ্ হোৱাৰ অৱস্থা বা ভাব
উদাহরণ :
ঈর্ষাপৰায়ণতাৰ কাৰণে মোহনে নিজৰ ধনী ভায়েকৰ ঘৰত জুই লগাই দিলে
সমার্থক : ঈর্ষাকাতৰতা, ঈর্ষানল, ঈর্ষাপৰায়ণতা, চকু পোৰা স্বভাৱ, দ্বেষপূর্ণ্্তা, পৰহিংসা, বিদ্বেষপৰায়ণতা