অর্থ : শৃংগাৰ কৰা বা সজোৱা কার্য
উদাহরণ :
কৃষ্ণৰ দ্বাৰা ৰাধাৰ প্রসাধনৰ পিছত কাব্যখনৰ পৰিসমাপ্তি ঘটে
অর্থ : শৃংগাৰ বা সাজোন-কাচোনৰ সামগ্রী
উদাহরণ :
বজাৰত দেশ-বিদেশৰ নানা তৰহৰ প্রসাধন সামগ্রী পোৱা যায়
সমার্থক : প্রসাধন সামগ্রী