অর্থ : যিটো কামত লাগে
উদাহরণ :
এই কিতাপখন লʼৰা-ছোৱালীৰ কাৰণে বৰ উপযোগী
সমার্থক : উপযোগী, প্রয়োজনসাধক, প্রয়োজনীয়, লাগতিয়াল
অর্থ : যিটো কʼৰবাত আৰোপ বা লগোৱা হৈছে
উদাহরণ :
বিদ্যালয়ৰ দ্বাৰা প্রযোজ্য নিয়ম সকলো ছাত্র-ছাত্রীয়ে মানিব লাগিব