সদস্য হ’ব
পৃষ্ঠার ঠিকানাটি ক্লিপবোর্ডে অনুলিপি করা হয়েছে।
অর্থ : এনেকুৱাই হʼব বুলি নিশ্চিত কৰা
উদাহরণ : বিশ্বাসৰ ওপৰতে দুনীয়া বর্তি আছে ভগৱানৰ ওপৰত ভৰসা ৰাখক, আপোনাৰ হেৰোৱা লʼৰা বিচাৰি পাব
সমার্থক : আস্থা, প্রত্যয়, বিশ্বাস, ভৰসা, সঁ্জাত, সঞ্জাত
অর্থ : মন বা বিবেকে লাভ কৰা কোনো বস্তু বা বিষয়ৰ খবৰ
উদাহরণ : তেওঁৰ সংস্কৃতৰ ভাল জ্ঞান আছে
সমার্থক : অনুভাব, জ্ঞান, প্রজ্ঞা, প্রমা, পৰিজ্ঞান, বোধ, বোধি, ব্যুৎপত্তি, মহাজ্ঞান, সম্বোধি
অর্থ : ভাল স্বভাৱ-চৰিত্রৰ, ভাল মনৰআৰু ঠগ, কপটতা নথকা ভাব
উদাহরণ : অবিনাশে সকলো কামেই বিশ্বাস সহকাৰে কৰে
অর্থ : সামান্য মিল থকা
উদাহরণ : তেওঁৰ কবিতাত ছায়াবাদৰ আভাস দেখা যায়
সমার্থক : আভা, আভাস
ইনস্টল