সদস্য হ’ব
পৃষ্ঠার ঠিকানাটি ক্লিপবোর্ডে অনুলিপি করা হয়েছে।
অর্থ : কোনো ৰজাৰ অধীনত বা তেওঁৰ ্ ৰাজ্যত থকা লোক
উদাহরণ : ৰজা হর্ষবর্দ্ধনৰ ্ ৰাজত্বকালত প্রজা সুখেৰে আছিল
সমার্থক : জন, জন-সাধাৰণ, জনসাধাৰণ, পৰজা, মানুহ-দুনুহ, লোক-সাধাৰণ, লোকজন, ৰাইজ, ৰায়ত
অর্থ : কোনো দেশ বা ঠাইত একেলগে থকা ইয়াৰ নিবাসী:ইংৰাজসকলে ভাৰতীয় জনসাধাৰণক বহুত অত্যাচাৰ কৰিছিল
উদাহরণ :
সমার্থক : জনগন, জনতা, জনসাধাৰণ
ইনস্টল