সদস্য হ’ব
পৃষ্ঠার ঠিকানাটি ক্লিপবোর্ডে অনুলিপি করা হয়েছে।
অর্থ : যি দুখ বা কষ্ট পাইছে
উদাহরণ : দুখী মানুহেহে আনৰ দুখৰ উপলব্ধি কৰিব পাৰে
সমার্থক : দুঃখী, দুখী, ব্যথিত, ্আর্ত
অর্থ : যিয়ে কোনো ধৰণৰ ব্যথা বা কষ্ট পাই আছে
উদাহরণ : বান পীড়িত লোকসকলক সোনকালেই সাহায্য প্রদান কৰা হʼব
সমার্থক : গ্রস্ত, ব্যথিত
অর্থ : যাক পীড়া বা কষ্ট দিয়া হৈছে
উদাহরণ : পুলিচৰ দ্বাৰা উৎপীড়িত ব্যক্তিয়েনো নিজৰ অভিযোগ কাক কৰিব
সমার্থক : উৎপীড়িত
ইনস্টল