পৃষ্ঠার ঠিকানা কপি করুন টুইটারে শেয়ার করুন হোয়াটসঅ্যাপে শেয়ার করুন ফেসবুকে শেয়ার করুন
এটা গুগল প্লে তে পাবেন
অসমীয়া অভিধান থেকে পিছল খোৱা শব্দের অর্থ এবং উদাহরণ সমার্থক শব্দ এবং বিপরীতশব্দ সহ।

পিছল খোৱা   ক্ৰিয়া

অর্থ : লোভেৰে প্রবৃত্ত হোৱা

উদাহরণ : মহাজনৰ ধন দেখি ্তেওঁৰ মন পিছল খালে

অর্থ : পিছল বা তেলতেলীয়া হৈ থকা কাৰণে কোনো বস্তু নিজৰ ঠাইত ৰৈ থাকিব নোৱাৰা কার্য

উদাহরণ : ৰাস্তাত গৈ থাকোতে মোৰ ভৰি পিছল খালে আৰু মই পৰি গʼলো

সমার্থক : পিছলা, পিছলি পৰা