সদস্য হ’ব
পৃষ্ঠার ঠিকানাটি ক্লিপবোর্ডে অনুলিপি করা হয়েছে।
অর্থ : কোনো সংস্থা আদিৰ প্রধান বিষয়া
উদাহরণ : এই সংস্থাটোৰ নির্দেশকজন এজন বিদ্বান ব্যক্তি
অর্থ : কোনো চিনেমা, নাটক আদিত থকা চৰিত্র সমূহৰ বেশভূষা, ভূমিকা বা আচৰণ আৰু দৃশ্যৰ স্বৰূপ আদি নিশ্চিত কৰা বিষয়া
উদাহরণ : এই চিনেমাখনৰ নির্দেশক সুভাষ ঘাই
সমার্থক : ডাইৰেক্টৰ, ডিৰেক্টৰ
অর্থ : যিয়ে কোনো ধৰণৰ নির্দেশ দিয়ে বা কিবা কথা কয়
উদাহরণ : আমি এই কামটো এজন অভিজ্ঞ নির্দেশকৰ পথনির্দে্শনাত কৰি আছোঁ
ইনস্টল