অর্থ : অনর্থ ্বা ধ্বংস কৰোঁতা
উদাহরণ :
গুজৰাটত হোৱা ধ্বংসকাৰী ভূমিকম্পই বহুতকে অনাথ কৰিলে
সমার্থক : প্রলংয়কাৰী, ্অনর্থ্্কাৰী
অর্থ : যিহৰ দ্বাৰা অৱনতি হয় বা যি অৱনতি কৰে
উদাহরণ :
চৰকাৰৰ নতুন আঁচনিবোৰ সমাজৰ কাৰণে ধ্বংসকাৰী বুলি প্রমাণ হʼল
সমার্থক : পতনমুখী
অর্থ : যি ধ্বংস কৰে
উদাহরণ :
বাৰুদ এবিধ ধ্বংসকাৰী বস্তু