অর্থ : অন্ধকাৰ বা অস্পষ্ট হোৱা অৱস্থা বা ভাব
উদাহরণ :
চানি পৰাৰ কাৰণে চকুৰে ধুঁৱলি-কুৱলী দেখিছে
সমার্থক : ধুৱলি-কুঁৱলী
অর্থ : অলপ আন্ধাৰ হোৱা অৱস্থা বা ভাব
উদাহরণ :
সন্ধিয়াৰ ধুঁৱলি-কুঁৱলীত চোৰ ঘৰৰ ভিতৰলৈ সোমাই গʼল
সমার্থক : ধুঁৱলি-কুৱলী