সদস্য হ’ব
পৃষ্ঠার ঠিকানাটি ক্লিপবোর্ডে অনুলিপি করা হয়েছে।
অর্থ : বাঁহ বা লোহা আদিৰ মিহি পাত বেঁক্া কৰি দূইমূৰে গুণ লগাই সজা অস্ত্র, যিহেৰে কাঁড় মৰা হয়
উদাহরণ : চিকাৰীজনে ধনুৰে বাঘটোলৈ শৰ নিক্ষেপ কৰিলে
সমার্থক : ধনু, ধনুক
অর্থ : গাখীৰৰ কাৰণে প্রসিদ্ধ এবিধ চাৰিঠেঙীয়া শিং থকা পোহনীয়া তৃণভোজী মাইকী প্রাণী
উদাহরণ : গাইজনীয়ে পোৱালিটোক গাখীৰ খুৱাই আছে
সমার্থক : গাই, গাইগৰু, গাভী, সুৰভি
ইনস্টল