অর্থ : ডাবি-ধমকি দিয়া কার্য
উদাহরণ :
ইমান ডবিওৱাৰ পিছতো ৰামে নিজৰ মনৰ মতেই কৰিলে
সমার্থক : ডবিওৱা, ডাবি-ধমকি দিয়া
অর্থ : ধমকি দি ভয় খুওৱা
উদাহরণ :
এটা লʼৰাই মোৰ সৰু ভাইটিক ধমকি দিছিল
সমার্থক : ধমকি দিয়া, হুমকি দিয়া