সদস্য হ’ব
পৃষ্ঠার ঠিকানাটি ক্লিপবোর্ডে অনুলিপি করা হয়েছে।
অর্থ : কুখ্যাত হোৱাৰ অৱস্থা বা ভাব
উদাহরণ : ডকাইত হিচাপে ৰত্নাকৰ বদনামী পোৱাৰ বিপৰীতে ঋষি বাল্মীকি হিচাপে অধিক খ্যাতি লাভ কৰিছিল
সমার্থক : অপকীর্তি, অপযশ, কুকীর্তি, কুখ্যাতি, বদনামী
অর্থ : যিজনক মানুহে বেয়া বুলি কয় বা যিজনে কুখ্যাতি লাভ কৰিছে:বীৰাপ্পান এজন কুখ্যাত দস্যু আছিল ্ তেওঁ নিজৰ কামৰ কাৰণেই সমাজত বদনাম পাইছে
উদাহরণ :
সমার্থক : কুখ্যাত, বদনাম
ইনস্টল