সদস্য হ’ব
পৃষ্ঠার ঠিকানাটি ক্লিপবোর্ডে অনুলিপি করা হয়েছে।
অর্থ : * পাঁচটা বা তাতকৈ বেছি কোণ থকা এক সমতল আকৃতি..............
উদাহরণ : তৰা বিশেষকৈ প্রতীক হিচাপে ব্যৱহাৰ হয়
সমার্থক : তাৰকা
অর্থ : ৰাতিৰ আকাশত দেখা পোৱা উজ্জ্বল, স্থিৰ আৰু গোলাকাৰ পিণ্ড
উদাহরণ : ৰাতিৰ আকাশত তৰাই তিৰবিৰায় পৃথিৱীৰ পৰা বহুত দূৰত হোৱা কাৰণে তৰাবোৰ সৰু দেখা যায়
সমার্থক : জ্যোতিষ্ক, তাৰকা, নক্ষত্র
ইনস্টল