অর্থ : ছিঁৰালৰ নিচিনা এবিধ পানীৰ পৰিমাণ বেছি থকা ফল
উদাহরণ :
খেতিয়কে বালি মাটিত তৰমুজৰ খেতি কৰিছে
সমার্থক : তর্মুজ
অর্থ : এবিধ লতাজাতীয় গছৰ পৰা পোৱা গোলকাৰ খাদ্যফল
উদাহরণ :
গৰমত তৰমুজ বেছিকৈ পোৱা যায়
অর্থ : একপ্রকাৰৰ ডাঙৰ, গোলাকাৰ লাওজাতীয় খাদ্যোপযোগী ফল
উদাহরণ :
নদীৰ পাৰত বহুত তৰমুজৰ গছ আছে
সমার্থক : তৰবুজ
অর্থ : এবিধ ডাঙৰ, শকত আৰু গোলাকাৰ ফল যাৰ মঙহ ৰঙা আৰু গুটি কʼলা ৰঙৰ
উদাহরণ :
গৰমৰ দিনত তৰমুজ বহুত পোৱা যায়