অর্থ : শিৱৰ পত্নী
উদাহরণ :
পার্বতী ভগৱান গণেশৰ মাক
সমার্থক : অন্নপূর্ণা, অম্বা, অম্বালিকা, অম্বিকা, আদিদেৱী, আদিভূতা, আদ্যশক্তি, আদ্যা, উমা, গিৰিজা, গিৰিনন্দিনী, গিৰিবালা, গিৰিসুতা, গৌৰী, জগজ্জননী, জগদম্বা, জগদ্ধাত্রী, জগন্মাতা, জয়া, তাৰিণী, ত্রিশূলধাৰিণী, দক্ষকণ্যা, দক্ষজা, দশভূজা, দাক্ষায়ণী, নিস্তাৰিণী, পর্বতদুহিতা, পার্বতী, পৰমেশ্বৰী, বিজয়া, বিন্ধ্যবাসিনী, বিশ্বেশ্বৰী, ভৱতাৰিণী, মহাদেৱী, মহাবিদ্যা, মহামায়া, মহাশক্তি, মহেশ্বৰী, মোক্ষদা, শংকৰী, শিৱপত্নী, শিৱপ্রিয়া, শিৱা, শিৱানী, শৈলজা, শৈলসূতা, সনাতনী, হিমালয়নন্দিনী, হৈমৱতী, ৰুদ্রাণী