অর্থ : কোনো কথা বা ঘটনা আদিৰ দ্বাৰা ভয় খোৱা বা বিমোৰত পৰা
উদাহরণ :
গাঁৱত এটা নৰখাদক বাঘ ওলোৱা খবৰ পাই সকলো মানুহ আতংকিত হৈ পৰিল
সমার্থক : আতংকগ্রস্ত হোৱা, আতংকিত হোৱা, থৰহৰি কম্পমান হোৱা, পেপুৱা লগা, ভীতি-বিহ্বল হোৱা, ভীতিগ্রস্ত হোৱা, ভয়তে মূচকচ যোৱা