অর্থ : পলম নোহোৱাকৈ কৰা
উদাহরণ :
এই কামটো সোনকালে কৰি দিয়া
সমার্থক : খকমককৈ, খচৰাই, খৰকৈ, খৰখেদাকৈ, খৰধৰকৈ, গিৰিসাই, চকুৰ পচাৰতে, চকুৰ পলকতে, টপৰাই, টাপচকৈ, ততাতৈয়াকৈ, ততালিকে, তাৰাতাৰি, তৰাতৰি, দৰদৰি, নিমিষতে, পটাপট, পলকতে, পাকতে, বেগাই, বেগাবেগিকৈ, বেগেতাই, বেগেতে, লৰা-ঢপৰাকৈ, শীঘ্রে, সটৰাই, সোনকালে, হুৰমূৰকৈ