অর্থ : যি যন্ত্রৰ দ্বাৰা গান, ভাষণ আদি টেপ কৰিব পৰা যায় বা শুনিব পৰা যায়
উদাহরণ :
তেওঁ দিনৰ দিনটো টেপ শুনি থাকে
সমার্থক : টেপ-ৰেকর্ডাৰ
অর্থ : চুম্বকীয় ফিটাযুক্ত এবিধ সামগ্রী যি ধ্বনি বা ভিডিঅʼ ্ৰেকর্ড ্কৰা বা শুনাৰ কামত আহে
উদাহরণ :
মোৰ ওচৰত লতা আৰু ৰফীৰ সকলো গানৰ কেছেট আছে
সমার্থক : কেছেট
অর্থ : চুম্বকীয় ফিটাৰ ওপৰত ৰেকর্ড ্কৰা কার্য
উদাহরণ :
তেওঁ নিজৰ সন্তানৰ কলকলনি টেপ কৰি থʼলে