অর্থ : জুই সংযোগ কৰি কোনো বস্তুক জ্বলাত প্রবৃত্ত কৰা
উদাহরণ :
আহাৰ ৰান্ধিবৰ কাৰণে মালতীয়ে চৌকা জ্বলালে
অর্থ : কাৰোবাক মানসিকভাৱে বা শাৰীৰিকভাৱে দুখ দিয়া
উদাহরণ :
বিয়াৰ পিছত গীতাক শহুৰেকৰ ঘৰখনে বৰ কষ্ট দিছে
সমার্থক : উৎপীড়ন কৰা, কষ্ট দিয়া, দুঃখ দিয়া, দুখ দিয়া, দুখ-কষ্ট দিয়া, যাতনা দিয়া, শাস্তি দিয়া
অর্থ : কাৰোবাৰ মনত সন্তাপ বা ঈর্ষা উৎপন্ন কৰা
উদাহরণ :
জেঠালেকে নতুন-নতুন কাপোৰপিন্ধি ভাইবোৱাৰীয়েকক জ্বলাইছে
অর্থ : চাকি আদি জ্বলা কার্য
উদাহরণ :
মাননীয় অধ্যক্ষই সমাৰোহ উদ্ঘাটন কৰিবলৈ বন্তি প্রজ্বলন কৰিলে
সমার্থক : প্রজ্বলন কৰা