অর্থ : দুই বা ততোধিক অংগ, খণ্ড বা বস্তু আদিৰ জোৰা লগা স্থান
উদাহরণ :
কাপোৰৰ জোৰাখিনি ফাটি থাকিল
সমার্থক : সন্ধি, সন্ধি স্থল, সন্ধি-স্থল
অর্থ : অন্য কোনো বস্তুৰ শেষত লগোৱা
উদাহরণ :
চেইন বনাবৰ কাৰণে তেওঁ ্সোণৰ তাঁৰবোৰ জুৰিলে
সমার্থক : জোৰা লগোৱা, সংলগ্ন কৰা