অর্থ : যিখন গ্রন্থত কাৰোবাৰ জীৱনজোৰা বৃত্তান্ত লিখা থাকে
উদাহরণ :
শ্যামে পুথিভঁৰালত বহি মহান পুৰুষৰ জীৱনী পঢ়ি আছে
সমার্থক : জীৱন বৃত্ত, জীৱন-চৰিত, জীৱনী
অর্থ : কাৰোবাৰ জীৱনৰ সৈতে সম্পর্ক ্থকা কথা আদিৰ বিৱৰণ
উদাহরণ :
তেওঁ নিজৰ জীৱনী লিখি আছে
সমার্থক : জীৱন বৃত্ত, জীৱন-চৰিত, জীৱন-চৰিত্র, জীৱনবৃত্তান্ত, জীৱনী