সদস্য হ’ব
পৃষ্ঠার ঠিকানাটি ক্লিপবোর্ডে অনুলিপি করা হয়েছে।
অর্থ : হুচ অনা বা চেতন সম্পন্ন কৰা
উদাহরণ : হাওঁ্ফাওৰ গতি বন্ধ হৈ বেহুচ হʼবলৈ ধৰা মানুহজনৰ বুকুত হেঁ্চা দি জগোৱা
অর্থ : কাৰোবাৰ দ্বাৰা জগোৱাৰ কাম কৰা
উদাহরণ : মায়ে নবৌক ভাইটিৰ যোগেদি জগাইছে
অর্থ : শুই থকাজনক উঠিবলৈ উদ্বুদ্ধ কৰা
উদাহরণ : মায়ে সদায় ৰাতিপুৱা ৰাহুলক জগায়
সমার্থক : উঠোৱা
অর্থ : তন্ত্র-মন্ত্রই নিজৰ প্রভাব দেখুওৱাকৈ সাধনা কৰা
উদাহরণ : অমাৱস্যাৰ ৰাতিত তান্ত্রিকে তন্ত্র-মন্ত্র জগাই তোলে
সমার্থক : জগাই তোলা, সাধনা কৰা
ইনস্টল