অর্থ : কোনো বস্তুত বা কোনো বস্তুৰ ওপৰত আন কোনো বস্তু পৰি পেলোৱা
উদাহরণ :
আঞ্জাত নিমখ ছটিয়াই দিয়া
সমার্থক : ছটিওৱা
অর্থ : পানী ছটিওৱা কার্য
উদাহরণ :
ধূলি নুৰিবৰ কাৰণে মঙলীয়ে দুৱাৰৰ বাহিৰফালে পানী ছটিয়াইছে
সমার্থক : ছটিওৱা