সদস্য হ’ব
পৃষ্ঠার ঠিকানাটি ক্লিপবোর্ডে অনুলিপি করা হয়েছে।
অর্থ : গোন্ধ বা সুবাস দিয়া
উদাহরণ : আতৰৰ সুবাসে গোটেই ঘৰটো গোন্ধোৱাই ৰাখিছে
সমার্থক : সুবাসিত কৰা
অর্থ : যি গোন্ধৰে যুক্ত হৈ আছে
উদাহরণ : মোৰ উপবনত গোন্ধোৱা ফুলৰ অনেক প্রজাতি আছে
সমার্থক : গন্ধময়, গন্ধযুক্ত, গন্ধৱহ, সুগন্ধি
ইনস্টল