অর্থ : কোনো তৰল পদার্থৰে শৰীৰ তিওৱা কার্য
উদাহরণ :
তুমিচোন ঘামেৰে গা-ধুই পেলালা
অর্থ : শৰীৰ চাফা কৰিবলৈ পানীৰে ধোৱা কার্য
উদাহরণ :
ককাদেউতাই জাৰৰ দিনত কুহুমীয়া পানীৰে গা-ধোৱে
সমার্থক : প্রক্ষালন কৰা, স্নান কৰা