অর্থ : সংখ্যা, পৰিমাণ আদি নিশ্চিত কৰা উপায়ৰ নিয়ম থকা শাস্ত্র
উদাহরণ :
ৰামানুজন গণিতৰ সুপ্রসিদ্ধ পণ্ডিত আছিল
সমার্থক : অংক, অংকশাস্ত্র, অঙ্ক, অঙ্কশাস্ত্র, গণিত শাস্ত্র, গণিতশাস্ত্র
অর্থ : সংখ্যাৰ যোগ-বিয়োগ, পূৰণ-হৰণ আদি বিধিৰ ্ যʼত চর্চা কৰা হয়
উদাহরণ :
তেওঁ গণিতত বৰ চোকা
সমার্থক : অংক, অংক শাস্ত্র, গণিত শাস্ত্র