অর্থ : মনত জটিলতা নথকা আৰু পোনপটীয়া স্বভাৱৰ:আজিকালি সৰল মানুহক বুর্বক বুলিহে কয়
উদাহরণ :
সমার্থক : অমায়িক, উদাৰ-চিতীয়া, চিধা, চিধা-চাধা, নির্জু, পেটেমুখে একে, সহজ, সহজ-সৰল, সৰল, সৰল-চিতীয়া, সৰলপ্রকৃতি, সৰলমতি, সৰলমনা, সৰলস্বভাৱ, সৰলহৃদয়, হলহলীয়া, হোজা, ্ ঠাণ্ডা-মুণ্ডা
অর্থ : কঠোৰতাৰ শুধৰণি বিচৰা তথা প্রগতিশীল বিচাৰধাৰাৰ সমর্থক
উদাহরণ :
সমাজত উদাৰ ব্যক্তিৰ বহু প্রয়োজন আছে
সমার্থক : অকপট, উদাৰ, উদাৰ-চিতীয়া, উদাৰ-মনা, উদাৰচিত্ত, উদাৰচেতা, উদাৰমতি, উদাৰমনা, খোলা, পেটেমুখে একে, মনে মুখে একে