অর্থ : কোনো টান বস্তুৰ ওপৰত ধাৰাল বস্তুৰে কাৰচাজি কৰা বা লিখা কার্য
উদাহরণ :
তেওঁ ্মার্বল ্পাথৰত নিজৰ নাম খোদাই কৰিলে
সমার্থক : উৎকী্র্ণ ্কৰা, খোদিত কৰা
অর্থ : কাটি পেলাই পৃথক কৰা
উদাহরণ :
খনিকৰজনে মূর্তি সাজিবৰ কাৰণে শিলটোত খোদাই কৰি আছে