অর্থ : অন্যান্য সৰু জীৱ-জন্তু ধৰা কুকুৰজাতীয় এবিধ বনৰীয়া হিংস্র জন্তু
উদাহরণ :
ভেৰাকেইটাই কুকুৰনেচীয়া বাঘটো দেখি ভয়তে লৰ দিলে
সমার্থক : কুকুৰনেচীয়া বাঘ, চোকাটি, লকয়া
অর্থ : কুকুৰনেচীয়া বাঘৰ মাইকী
উদাহরণ :
মাইকী কুকুৰনেচীয়াজনীয়ে পোৱালিক গাখীৰ খুৱাই আছে
সমার্থক : মাইকী কুকুৰনেচীয়া