অর্থ : কোনো কার্যক্রমৰ বিষয়ে সকলো খা-খবৰ থকা সূচী
উদাহরণ :
কার্যক্রমণিকা মতে কার্যক্রম ্ পুৱা ন বজাৰ পৰা আৰম্ভ হʼব
সমার্থক : কার্যক্রম সূচী, কার্যক্রমণিকা
অর্থ : হোৱা অথবা কৰা কামৰ তালিকা
উদাহরণ :
মই এই মাহৰ কার্যসূচী তৈয়াৰ কৰি লৈছোঁ
সমার্থক : কার্য-সূচী, কার্য্য-সূচী, কার্য্যসূচী