অর্থ : মাছৰ দেহৰ ভিতৰত থকা কাঁইটৰ নিচিনা হাড়
উদাহরণ :
মাছ খাই থাকোতে ৰামুৰ মুখত কাঁইট লাগি ধৰিলে
সমার্থক : কাঁইট, মাছৰ কাঁইট, মাছৰ কাঁটা
অর্থ : মানুহে আহাৰ খাওতে ব্যৱহাৰ কৰা ত্রিশুলৰ নিচিনা এবিধ আহিলা
উদাহরণ :
কাটা, ছুৰিৰে আহাৰ খোৱাৰ ঢং সকলোৱে নাজানে
সমার্থক : কাটা
অর্থ : কোনো জোখ-মাখ কৰা উপকৰণত লাগি থকা দীঘল, মিহি, জোঙা অংশ, যি কোনো জোখ-মাপ দেখুৱায়
উদাহরণ :
কম্পাচৰ কাঁটাই উত্তৰ-দক্ষিণ সূচিত কৰিছে
সমার্থক : কাটা