সদস্য হ’ব
পৃষ্ঠার ঠিকানাটি ক্লিপবোর্ডে অনুলিপি করা হয়েছে।
অর্থ : কাঁইট সদৃশ বাকলিৰে এবিধ ডাঙৰ আৰু গধুৰ ফল লগা গছ
উদাহরণ : তেওঁ নিজৰ বাগিচাত কঁ্ঠাল ৰুইছে
সমার্থক : কঁ্ঠাল গছ, কঠাল, কঠাল গছ
অর্থ : ডাঙৰ গছত লগা কাঁইট সদৃশ বাকলিৰে এবিধ ডাঙৰ আৰু গধুৰ ফল
উদাহরণ : কিছুমান মানুহে পকা কঁ্ঠালৰ ফুটা তৃপ্তিৰে খায়
সমার্থক : কঠাল
ইনস্টল