অর্থ : সংখ্যা লিখাৰ ক্রমত সেই অন্তিম স্থান যʼত ন বা তাতকৈ কম সূচক অংক লিখা হয়
উদাহরণ :
সাতশ তেইশ (৭২৩)-ক তিনিটা একক স্থানত লিখা হয়
সমার্থক : একক স্থান
অর্থ : গণনা বা সংখ্যাত এক হোৱাৰ অৱস্থা বা ভাৱ
উদাহরণ :
বাৰত দুটা একক আৰু এটা দহক থাকে
অর্থ : কোনো প্রকাৰৰ স্বতন্ত্র বর্গ ্বা সমূহৰ এনেকুৱা এক অংগ বা ভাগ যাক পৃথক ভাৱে বিশ্লেষণ কৰিব পৰা যায়
উদাহরণ :
আমাৰ সমাজখন বহুতো সৰু-বৰ নৃগোষ্ঠীয় এককেৰে গঠিত