সদস্য হ’ব
পৃষ্ঠার ঠিকানাটি ক্লিপবোর্ডে অনুলিপি করা হয়েছে।
অর্থ : ভাঙি চিঙি নষ্ট হোৱা
উদাহরণ : কেতিয়াবা সকলোতকৈ ভাল হিচাপে গণ্য কৰা এই প্রাসাদটো সময়ৰ লগে লগে উৱলি গʼল
সমার্থক : উৱলি যোৱা, বিধ্বস্ত হোৱা
অর্থ : গেলিবলৈ বা পচিবলৈ ধৰা শস্য বা ফল বিশেষ
উদাহরণ : খেতিয়কজনে পঁ্চা ঘেঁহুবোৰ ৰʼদত শুকুৱাই আছে
সমার্থক : পঁ্চা
ইনস্টল