অর্থ : উত্তৰকালৰ সৈতে সম্বন্ধিত
উদাহরণ :
তেওঁৰ ্ উত্তৰকালীন সাহিত্যত ৰুচি নাই
সমার্থক : উত্তৰ কালৰ, ভাবীকালৰ
অর্থ : ভৱিষ্যত কালত হʼবলগীয়া
উদাহরণ :
আমি ভৱিষ্যতকালৰ আঁচনিৰ ৰূপৰেখা প্রস্তুত কৰি লোৱা উচিত
সমার্থক : অনাগত, ভাবী, ভৱিতব্য, ভৱিষ্যতকালীন, ভৱিষ্যতকালৰ