অর্থ : সিজিবৰ কাৰণে জুইৰ শিখাৰ ওপৰত দিয়া
উদাহরণ :
ভাত ৰান্ধিবৰ কাৰণে তেওঁ কুকাৰটো চৌকাৰ ওপৰত উঠালে
অর্থ : কিছু সময় ওপৰলৈ ধৰি থকা
উদাহরণ :
তেওঁ ্বোজাটো মূৰত উঠালে
অর্থ : কাৰোবাক কোনো অভিমান উৎপন্ন কৰা
উদাহরণ :
তেওঁক বেছি নুঠাবা ৰমেশে তোষামোদ কৰি মহেশক উঠাই দিলে
সমার্থক : উঠাই দিয়া
অর্থ : (সংগীত) স্বৰ তীব্র কৰা
উদাহরণ :
গুৰু মাই ভজন গোৱাৰ সময়ত নিজৰ কণ্ঠৰ স্বৰ বহুত ওপৰত তোলে
সমার্থক : তোলা
অর্থ : তলৰ পৰা ওপৰলৈ কোনো বস্তু লৈ যোৱা
উদাহরণ :
তেওঁ ্সদায় ৰাতিপুৱা মটৰেৰে টেংকীলৈ পানী উঠায়
অর্থ : স্থান ত্যাগ কৰা
উদাহরণ :
তেওঁ নিজে বহিবৰ কাৰণে সোহনক চকীৰ পৰা উঠালে
অর্থ : কাৰোবাক অধিক গুৰুত্ব দিয়া
উদাহরণ :
মায়ে সৰু ভাইটিক বহুত উঠাই ৰাখিছে
অর্থ : উঠাৰ কাম অন্যৰ দ্বাৰা কৰোৱা
উদাহরণ :
দেউতাই মোক ঝুলনাত উঠালে
অর্থ : কোনো যান বা বাহনৰ ওপৰত বহাত প্রবৃত্ত হোৱা
উদাহরণ :
চালকজনে লʼৰাটোক ঘোঁৰাত বহুৱালে
সমার্থক : বহুওৱা
অর্থ : উঠিবলৈ প্ৰবৃত্ত কৰা
উদাহরণ :
চাকৰণীজনীয়ে দুৰ্বল ককাদেউতাক বিছনাত উঠাই দিলে
সমার্থক : উঠাই দিয়া
অর্থ : বহী, কাগজ আদিত লিখা
উদাহরণ :
মহাজনে বনুৱাজনক টকা দি নিজৰ খাটা-বহীত উঠাই থʼলে
সমার্থক : উঠাই থোৱা