অর্থ : প্রথা বন্ধ কৰা কার্য
উদাহরণ :
আমি সমাজৰ পৰা যৌতুক প্রথা উঠাই দিব লাগে
সমার্থক : নিষিদ্ধ কৰা, বন্ধ কৰা
অর্থ : কাৰোবাক কোনো অভিমান উৎপন্ন কৰা
উদাহরণ :
তেওঁক বেছি নুঠাবা ৰমেশে তোষামোদ কৰি মহেশক উঠাই দিলে
সমার্থক : উঠোৱা