অর্থ : কোনো কথা বা বস্তু আদি পাবৰ কাৰণে কৰা ইচ্ছা
উদাহরণ :
মোৰ কিবা খাবৰ মন গৈছে
সমার্থক : অভিলাষ কৰা, ইচ্ছা যোৱা, বিচৰা, মন যোৱা
অর্থ : কোনো বস্তু বা কামৰ প্রতি হোৱা ইচ্ছা
উদাহরণ :
পহৰাদাৰজনে ঘৰলৈ যাবলৈ ইচ্ছা কৰিছে
সমার্থক : কামনা কৰা, প্রত্যাশা কৰা, মন কৰা