অর্থ : ঢাকি নৰখা বা আৱৰি নৰখা
উদাহরণ :
উদং হৈ থকা বস্তুবোৰ ঢাকি ৰাখা
সমার্থক : অনাচ্ছাদিত, অনাবৃত, অনাৱেষ্টিত, উদং, উন্মুক্ত, খোলা, ঢঢৈয়া, ঢাকনহীন, ধোবাং বাং, ফলং লং, ফলংলঙীয়া, ফলঙা, মুকলি, মুকলি-হাকলি
অর্থ : যাৰ সন্মুখত কোনো পর্দা নাই
উদাহরণ :
পর্দাহীন দুৱাৰেদি ঘৰৰ সকলো বস্তুৱে ভুমুকি আছিল
সমার্থক : অনাবৃত, নিৰাৱৰণ, পর্দাহীন, ্পর্দা নাইকিয়া-, ্পর্দাবিহীন