অর্থ : যিটো ওচৰলৈ কাষ আহিছে
উদাহরণ :
আসন্ন নি্র্বাচনৰ প্রতি লক্ষ্যৰাখি নি্র্বাচন আয়োগে সুৰক্ষাৰ যাৱতীয় ব্যৱস্থা কৰি আছে
সমার্থক : সন্নিকট
অর্থ : আগত বা ভৱিষ্যতে হʼবলগীয়া বা তাৰ সৈতে সম্বন্ধিত
উদাহরণ :
মই আগন্তুক পৰীক্ষাৰ কাৰণে প্রস্তুতি চলাই আছো
সমার্থক : অনাগত, আগতপ্রায়, আগন্তুক, আহি থকা-, আহিব লগা-, আহিবলগীয়া, উত্তৰকালীন, প্রত্যাসন্ন, ভৱিতব্য, ভৱিষ্যকালৰ, সন্নিকট, সমাসন্ন